শেহতীয়া আপডেটঃ

নাৰায়ণপুৰ বিহপুৰীয়াত ধন ঐশ্চৰ্যৰ দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা পালন:

 

অসম খবৰ ২০ অক্টোবৰ :

ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা নাৰায়ণপুৰ-বিহপুৰীয়া অঞ্চলৰ গাঁৱে-গাঁৱে আয়োজন কৰা বাতৰি পোৱা গৈছে । অঞ্চলটোৰ শিমলুগুৰী, বালিপথাৰ, নাৰায়ণপুৰ, বিহপুৰীয়া , ধলপুৰ, পথালিপাহাৰ, বৰবালি, ভোলাবৰিকে ধৰি বহু ঠাইত অতি উলহ-মালহেৰে লক্ষ্মী পূজা উদযাপন কৰিছে ।

বহুঠাইত ৰাতিলৈ সাংস্কৃতিক কায্যসূচীও আয়োজন কৰিছে ।

পূজাথলী সমূহত পুৱাৰে পৰা ভক্ত সকলৰ লানি নিছিগা ভিৰ দেখাপোৱা গৈছে ।

লক্ষ্মী পূজাৰ উপলক্ষে পূজা থলী সমূহত মহিলা সকলে দিহা নাম , নেগেৰা নাম , আই নাম আৰু গীত নৃতৰে এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে । অন্য পূজা থলী সমূহৰ লগতে ভোলাবৰিটো লক্ষ্মী পূজাৰ অনুষ্ঠিত্ব কৰিছে । ইয়াৰ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত গীত-মাত, নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে । ভোলাবৰিৰ যুৱক সংঘই আয়োজন কৰা লক্ষ্মী পুজাত এইবাৰ ব্যক্তিক্ৰম ধৰ্মী ৰূপত দেখা গ’ল লক্ষ্মী দেৱীক । সম্পুৰ্ণ অসমীয়া গহণা আৰু সাজ-পাৰে পৰিধান কৰালে লক্ষ্মী দেৱীক ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.