শেহতীয়া আপডেটঃ

নামনি লক্ষীমপুৰ জিলা মইনা পাৰিজাতৰ উদ্যোগত শিশু দিবস উদযাপন :

সন্মিলিত মইনা পাৰিজাতৰ আতিথ্যত মনিকুমাৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নামনি লক্ষীমপুৰ জিলাৰ মইনা পাৰিজাতৰ শিশু দিৱস উদ্‌যাপন কৰা হয় । ইয়াৰ উপলক্ষে আয়োজন কৰা জিলাৰ মইনা পাৰিজাতৰ অন্তগতসকলো শাখাৰ মইনা পাৰিজাতৰ মইনা সকলৰ মাজত আয়োজন কৰা স্ব-ৰচিত কবিতা গল্প আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ স্থান প্ৰাক্ত সকলৰ মাজত বঁটা সমুহ বিতৰন কৰে । সন্মিলিত মইনা পাৰিজাতৰ মইনা সকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভা খন

উদ্বোধন কৰে কৃষ্ণ সন্দিকৈয়ে ।

Children's Day celebrations at Namni Lakshimpur district Maina Parijat initiative


অনন্ত শইকীয়াই সভাপতিত্ব কৰা অনুষ্ঠানটোত নেহেৰু মইনা পাৰিজাতৰ মইনা বক্তা বৃষ্টি বৰাৰ মনোমোহা বক্তিতাই দৰ্শকক অধিক আকৰ্শিত কৰে । তাতাবাঁহাৰৰ শিশু বক্তা পিঞ্চিপ্ৰিয়া বৰাই সভাত মনোজ্ঞ বক্তা প্ৰদান কৰে । সভাত অধ্যাপক প্ৰদীপ শৰ্মা বৰুৱাই বক্তব্য প্ৰদান কৰে । জিলা খনৰ বহুটো বিশিষ্ট ব্যক্তি আৰু শিশু সকলে অনুষ্ঠানত অশং গ্ৰহণ কৰে

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.