মালিগাঁও ফুট অভাৰ ব্ৰীজ এমাহৰ ভিতৰত ভাঙি দিয়া হ’ব

September 3, 2021 asomkhobor 0

■ গুৱাহাটীঃ ৰাজহুৱা নিৰ্মাণ বিভাগৰ সূত্ৰ অনুসৰি মালিগাঁও ফুট অভাৰ-ব্ৰীজ এমাহৰ ভিতৰত ভাঙি পেলোৱা হ’ব। এই কথা গুৱাহাটী মেট্ৰ’পলিটান ডেভেলপমেণ্ট অথৰিটি (জিএমডিএ)ৰ দ্বাৰাও নিশ্চিত কৰা […]