অসমীয়া ভাষাৰ আক্ৰমণ ওপৰত সমুজ্জল কুমাৰ ভট্টাচাৰ্য মন্তব্য :
বৰাক কাণ্ড সন্দৰ্ভত ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ তাৎপৰ্যপূৰ্ণ মন্তব্য*
বাৰাম্বাৰ বৰাকত অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ চলিছে এয়া অক্ষমনীয় অপৰাধ।চৰকাৰখনৰ দুৰ্বলতাৰ নিষ্ক্ৰিয়তাৰ বাবে সাহস পাইছে এনে কাৰ্য কৰিবলৈ একাংশই।
অসমত অসমীয়া ভাষাৰ মৰ্যাদা থাকিব লাগিব।
অসমীয়া ভাষাৰ মৰ্যাদাৰ ওপৰত অন্যায় কৰিব খোজা সকলক সকিয়ণি সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ।
বৰাক উপত্যকাত অসমীয়া ভাষাৰ মৰ্যাদা ৰাখিবলৈ চৰকাৰক কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ ল’বলৈ আহ্বান জনাইছে
সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।
ফইজুল হক চৌধুৰী
Leave a Reply