মডেল ৰাজকন্যা বৰুৱাক পুনৰ গ্ৰেপ্তাৰ

 

মডেল ৰাজকন্যা বৰুৱাক পুনৰ গ্ৰেপ্তাৰ

মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনত ধৰা নপৰিল ৰাজকন্যাৰ অসুস্থতা।

পুনৰ গ্ৰেপ্তাৰ সুৰাসক্ত মডেল ৰাজকন্যা বৰুৱা।
আজি দিছপুৰ
আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে ৰাজকন্যাক।

মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদন হাতত লৈ আৰম্ভ কৰিছে তদন্ত।
পোহৰলৈ আহিল সুৰাসক্ত ৰাজকন্যাৰ চিকিৎসাৰ নামত অভিনয়ৰ নাটকখন।
তদন্ত আওতালৈ আহিব পাৰে জিএনআৰ চিৰ শীৰ্ষ চিকিৎসকো।
সুৰাসক্ত মডেল ৰাজকন্যাৰ বিৰুদ্ধে ৩০৮ ধাৰা ৰুজু কৰা হৈছে।

এই নতুন ধাৰা অনুসৰি সাত বছৰ পৰ্যন্ত জে’ইল হ’ব পাৰে ৰাজকন্যা বৰুৱা।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.