■ নলবাৰী : অসমৰ গৌৰৱোজ্জ্বল ইতিহাস ধৰি ৰাখিব লাগিব । ইতিহাসৰ সমলবোৰৰ বিষয়ে নতুন প্ৰজন্মক জ্ঞান দিব লাগিব । কিয়নো জ্ঞান নাথাকিলে সৃষ্টি কৰিব নোৱাৰে । সৃষ্টিৰ বাবে মানুহৰ মন ভাল হ’ব লাগিব । কবিসকলৰ মন ভাল আৰু তেওঁলোক ভাল মানুহ । কবিসকল সমাজ এখনৰ দিক্নিৰ্ণায়ক।’’ — এই মন্তব্য বিশিষ্ট শিক্ষাবিদ অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীৰ ।
Leave a Reply Cancel reply