কেনে আছে এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ?আজি বিশ্ব হস্তী দিৱস ৷ হস্তী দিৱসৰ দিনটোত ক’ত আছে এছিয়াৰ ভিতৰতে আটাইতকৈ বয়স্ক জীৱিত হাতীটো ?
ডিজিটেল ডেস্ক ১২ আগষ্ট ::
বিজুলী প্ৰসাদ ! শতবৰ্ষ গৰকাৰ দিশে আগবঢ়া বিজুলীয়ে বহন কৰিছে বৃটিছ উপনিবেশৰ সাক্ষ্য ৷ সম্প্ৰতি বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী চাহ বাগিছাৰ বাসিন্দা বিজুলীক, বৃটিছৰ শাসনকালত উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় পোহ পাল দি আছিল হাতীটোক ৷
বৃটিছৰ অলিভাৰ চাহাবে হাতীটোক নামকৰণ কৰিছিল বিজুলী প্ৰসাদ ৷
ইফালে
বিজুলী প্ৰসাদে কোম্পানীৰটোৰ বিভিন্ন কামত ধৰণৰ সহায় সহযোগিতা আগবঢ়াই গৈছিল বিজুলী প্ৰসাদে ।
বিজুলীক প্ৰতিপালন কৰিবলৈ কেইবাজনো নিয়োগ কৰি প্ৰতিমাহে প্ৰদান কৰা হৈছিল দৰমহা উক্ত কৰ্মচাৰী সকলক। বৰ্তমানো কৰি থকা হৈছে।

Leave a Reply Cancel reply