31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বঙাইগাঁৱত আত্মসহায়ক গোটৰ ২০,৩০৮ গৰাকী সদস্যাক ১০ হাজাৰ টকাকৈ চেক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

    কৃষি, পশুপালন, হস্ততাঁত, হস্তশিল্প আদি বিভিন্ন ক্ষেত্ৰত এই মহিলা উদ্যমীসকলে জীৱিকাৰ পথ প্ৰশস্ত কৰি আগবাঢ়ি গৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

    May be an image of one or more people and templeMay be an image of one or more people and templeমুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁৱত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ২০,৩০৮ গৰাকী সদস্যাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে আয়োজিত এখন জনসভাত ভাষণ দি মুখ্যমন্ত্রী শর্মাই কয় যে তৃণমূল স্তৰৰ মহিলা উদ্যোগীসকলৰ সৱলীকৰণ আৰু ৰাজ্যৰ বিকাশত তেওঁলোকৰ ভূমিকা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। কৃষি, পশুপালন, হস্ততাঁত, হস্তশিল্প আদি বিভিন্ন ক্ষেত্ৰত এই মহিলা উদ্যমীসকলে জীৱিকাৰ পথ প্ৰশস্ত কৰি আগবাঢ়ি গৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।May be an image of one or more people and crowd

    Via By: Asom Khobor
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds