▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ
▶️১০ মে’ৰ নিশা ধুমুহা বৰষুণত গুৱাহাটীৰ মাজমজিয়াত বিভিন্ন স্থানত ৰাজপথৰ মাজতে হৰ্ডিংসমূহ ভাঙি পৰি জন জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছিল।
▶️ইউনিপল হৰ্ডিঙৰ বাবে চালকৰ অসুবিধা আৰু মনোযোগ বিচ্ছিন্ন কৰাৰ সুযোগ থকাৰ বাবেই হৰ্ডিংসমূহ চহৰৰ মাজত লগাব নোৱাৰিব।
▶️গুৱাহাটীৰ মাজ মজিয়াত ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়ম উলংঘন কৰি এল ই ডি সম্বলিত ইউনিপল হৰ্ডিং চহৰৰ ভিতৰৰ পথত লগোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।