জ্ঞানেশ কুমাৰক দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ দায়িত্ব

 

ৰাজীৱ কুমাৰৰ পাছত জ্ঞানেশ কুমাৰে ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ভোটদানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ ভাৰতত নিৰ্বাচনী অখণ্ডতা বজাই ৰখাৰ বাবে নিৰ্বাচন আয়োগৰ দায়বদ্ধতাক সুদৃঢ় কৰিব বুলি তেওঁ মন্তব্য কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*