ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপঃ ৰঙিয়াৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কামৰূপ জিলাৰ ৰঙিয়া সমজিলা প্ৰশাসনৰ উদ্যোগত দুৰ্গা পূজা সমিতিলৈ আৰ্থিক অনুদান বিতৰন কৰে৷ ৰঙিয়া সমষ্টিত মুঠ ৪৫ খন পুজা সমিতক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে বিধায়ক জনে। আনহাতে পূজা সমিতি সমূহলৈ প্লাষ্টিক বৰ্জন কৰাৰ বাবে আহ্বান জনাই বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
Leave a Reply Cancel reply