টিংখাঙৰ ১২০ নং দিৰৈ চাহ বাগিচাৰ নিবাসী চন্দ্ৰ দেৱ চেতিয়াৰ ঘৰত নিশা কটালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বিজেপিৰ গাঁও চলো অভিযান টিংখাঙৰ ১২০ নং দিৰৈ চাহ বাগিচাৰ ৰাইজৰ মাজত দিনটো কটাই নিশা চন্দ্ৰ দেৱ চেতিয়াৰ ঘৰত কটালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।


গাঁও তথা চাহ বাগিচা সমূহৰ সৈতে সম্পৃক্ত হৈ অসমীয়া জাতিৰ ঐতিহ্য-পৰম্পৰা, ৰীতি-নীতি আৰু সমন্বয়ৰ ভাবধাৰা। ইয়াৰ সৰল পৰিৱেশ, চেনেহৰ বান্ধোন সঁচাকৈয়ে বুকুৰ আপোন এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। উল্লেখযোগ্য যে


ভাৰতীয় জনতা পাৰ্টিৰ ‘গাঁও চলো অভিযান’ৰ অংশ হিচাপে মঙলবাৰে নিশা টিংখাং সমষ্টিৰ ১২০ নং দিৰৈ চাহ বাগিচাৰ ৰাইজৰ মতামত গ্ৰহণ কৰা লগতে স্থানীয় ৰাইজৰ কাষত থকা উদ্দেশ্য কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নিশাটো চন্দ্ৰ দেৱ চেত্ৰীয়াৰ ঘৰতে থাকে নিশাটো। ইফালে এই নিভাজ পৰিৱেশ লাভ কৰি মন্ত্ৰী গৰাকীয়ে আনন্দিত হয়।

Dirai Tea Estate Tingkhong, Dibrugarh| GaonChaloAbhiyaan

Settled down for the night at the home of Shri Chandra Dev Chettriya.

Be the first to comment

Leave a Reply

Your email address will not be published.


*