31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    হেলিকপ্তাৰ জড়িয়তে কাছাৰ, শিলচৰ বান পৰিস্থিতি বুজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ::

     

    হেলিকপ্তাৰ জড়িয়তে কাছাৰ, শিলচৰ বান পৰিস্থিতি বুজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ::

    ৰাজ্য অধিকাংশ জিলাতেই এই বাৰ দ্বিতীয় টো বানপানীয়ে জুৰুলা কৰিলে ৰাইজক।

     

    ইফালে অসমৰ আন আন জিলা লগতে কাছাৰ শিলচৰত এই বাৰ আটাইতকৈ ক্ষয় ক্ষতি কৰিছে এই বানপানীয়ে । ইফালে আছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    বানে বিস্তৰ ক্ষতি কৰা কাছাৰ জিলাৰ  শিলচৰ আৰু কাষৰীয়া অঞ্চলসমূহৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে  আকাশী জৰীপ কৰে৷

    লগতে শিলচৰত বানপীড়িত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰি সাহায্য ব্যৱস্থাৰ বুজ লওঁ মুখ্যমন্ত্ৰীয়ে।

     

    পৰিস্থিতি বুজ লোৱা পাছত জিলা প্ৰশাসনৰ সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি বানপীড়িতক সকলো সা-সুবিধা প্ৰদানৰ ব্যৱস্থা ক্ষিপ্ৰ কৰাৰ দিশতো নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

    এই ভ্ৰমণকালত  সাংসদ ডা:ৰাজদীপ ৰায়, কাছাৰ জিলাৰ  উপায়ুক্ত, আৰক্ষী অধীক্ষক, দক্ষিণ অসম মণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শকে সংগ দিয়ে মুখ্যমন্ত্ৰী গৰাকীক।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds