সাহিত্যক সমাজ আৰু ৰাষ্ট্ৰৰ হিতৰ হকে উপযুক্তভাবে ব্যৱহাৰ কৰা উচিতঃ ড০ অংশু যোশী

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ দ্বিতীয় দিনৰ সফল সামৰণি প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২৩ ৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত সাহিত্য বিষয়ক একাধিক আলোচনা, গ্ৰন্থ উন্মোচন আদি আকৰ্ষণীয় অনুষ্ঠানৰ লগতে লেখকৰ […]

ওৰাংত ওদালগুৰি জিলা আপকুৰ অন্তৰংগ আলাপ-সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

টংলাৰ পৰা চিন্ময় ডেকাঃ আছাম প্ৰেছ ক’ৰেছপণ্ডেন্ট ইউনিয়ন চমুকৈ আপকুৰ ওদালগুৰি জিলা সমিতি আৰু সাংবাদিক কল্যাণ ন্যাসৰ উদ্যোগত আজি ৩০ ছেপ্টেম্বৰ তাৰিখে ওৰাং ৰ শেৱালি […]

টংলাত কোচিং প্ৰতিষ্ঠান প্ৰজ্ঞান ক্লাছৰ প্ৰতিষ্ঠা দিৱস পালন, গীত, নৃত্য, খেল আদি বিভিন্ন প্ৰতিযোগিতাৰে সামৰণি

টংলাৰ পৰা চিন্ময় ডেকাঃ ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাৰ মাজ-মজিয়াত প্ৰতিষ্ঠা লাভ কৰা কোচিং প্ৰতিস্থান “প্ৰজ্ঞান ক্লাছ”ৰ প্ৰতিষ্ঠা দিৱসটি যোৱা ২৪ ছেপ্টেম্বত ছাটগাড়ী মজলীয়া বিদ্যালয়ৰ প্ৰাংগনত […]

তেজপুৰত কৃৰ্তী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক বিদায় সম্বৰ্ধনা

তেজপুৰত কৃৰ্তী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক বিদায় সম্বৰ্ধনা তেজপুৰ ২৯ ছেপ্টেম্বৰ শোণিতপুৰ জিলা তেজপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য বিষয়া তথা মানৱদৰদী চিকিৎসক ডাঃ সেউজ কুমাৰ […]

ৰঙাপৰাত ঈদ-এ-মিলাদুন্নবী উদযাপন

◊ ইছলাম ধৰ্মালম্বী লোকসকলৰ বিশ্ব নবী হজৰত মহম্মদ (দঃ) পৱিত্ৰ জন্ম দিনটো ঈদ-এ-মিলাদুন্নবী হিচাপে সমগ্ৰ বিশ্বই উদযাপন কৰাৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ৰেলনগৰী খ্যাত ৰঙাপৰাত ঈদ-এ-মিলাদুন্নবী […]

ডুমডুমাৰ কৰম সন্মিলনৰ এক দৃশ্য

ডুমডুমাত কেন্দ্ৰীয় কৰম সন্মিলনৰ কিছু দৃশ্য। এই সন্মিলন ২৫,২৬, চেপ্তেম্বৰ ২ দিনীয়াকৈ আয়োজন কৰা হয়। অনুষ্ঠানত বহুকেইগৰাকী মন্ত্ৰী-বিধায়ক উপস্থিত থাকে। ফটোঃ ময়ূৰ গোঁহাই  

ৰঙাপৰাৰ নামনিগাঁৱত নৱনিৰ্মিত মছজিদৰ শুভ উদ্বোধন

‘উপসনাস্থলীত মানৱ জাতিৰ মংগলৰ কামনাৰ্থে মানুহে প্ৰাৰ্থনা জনাই আহিছে’- সমাজকৰ্মী নগেন বসুমতাৰী ঈশ্বৰৰ প্ৰাৰ্থনাৰ জৰিয়তে মনৰ শান্তি প্ৰতিষ্ঠাৰে মানৱ জাতিয়ে সমাজত শান্তি শৃংখলাৰে জীৱন-যাপন কৰি […]

কৰম সন্মিলনৰ দ্বিতীয় দিন

ডুমডুমাৰ পৰা ময়ূৰ গোঁহাইঃ কৰম সন্মিলনৰ দ্বিতীয় দিন দিনযোৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে সন্মিলন আৰম্ভ হয়। কৰম সন্মিলনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সঞ্জয় কৃষ্ণান, কামাখ্যা তাছা […]