স্থানীয় সংবাদঃ

গৱেষণা ভিত্তিক গ্ৰন্থ ‘বিহু নামত উদ্ভিদ’ 🖋️ড° বুলজিৎ বুঢ়াগোহাঁই

April 8, 2024 0

■ গৱেষণা ভিত্তিক গ্ৰন্থ ‘বিহু নামত উদ্ভিদ’ 🖋️ড° বুলজিৎ বুঢ়াগোহাঁই ‘শৈশৱতে ধেমালিতে’, ‘মোৰ জীৱন সুঁতিৰ এপিয়লা’, ‘জেং বিহুৰ আঁতিগুৰি’, ‘ভাষা আৰু পাঠ্যক্ৰমৰ যোগাযোগ’ আদি মানসম্পন্ন […]

ৰাজ্যত জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজক ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী

April 5, 2024 0

লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি […]

লোকসভা নিৰ্বাচনঃ জম্মু-কাশ্মীৰৰ এটা সংসদীয় সমষ্টিৰ মনোনয়ন কাইলৈ পৰীক্ষা

April 5, 2024 0

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হয়। অৱশ্যে এই পৰ্যায়ত সামৰি ল’বলগীয়া জম্মু-কাশ্মীৰৰ এটা সংসদীয় সমষ্টিৰ মনোনয়ন সমূহ কাইলৈ পৰীক্ষা কৰা […]

মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

April 5, 2024 0

◊ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, […]

Positive Stories

২০২৪ৰ জে ই ইৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা

February 14, 2024 0

২০২৪ৰ জে ই ইৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। পৰীক্ষাৰ্থীসকলে jeemain.nta.ac.in ৱেবচাইটত গৈ ফলাফল চাব পাৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কৈছ যে, ২৩ গৰাকী শিক্ষাৰ্থীয়ে […]

বিশ্বনাথ চাৰিআলিৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

September 15, 2023 0

বিশ্বনাথ চাৰিআলিৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ: এতিয়াৰ পৰা বিশ্বনাথতে শিক্ষাৰ্থী সকলে লাভ কৰিব পাৰিব BANKING,APSC,SSC,RAILWAY ইত্যাদিৰ উৎকৃষ্ট মানদণ্ডৰ প্ৰশিক্ষণ। বিশ্বনাথ চাৰিআলি ১৪ ছেপ্টেম্বৰ উপযুক্ত সম্পদ ব্যৱহাৰ […]

Advertisment

English News