১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ গহপুৰৰ শ্বহীদ বীৰাঙ্গনা কনকলতা বৰুৱাৰ ৯৭সংখ্যক জন্মদিন উদযাপন কৰা হয়।
শ্বহীদ কনকলতা বৰুৱাৰ পৰিয়ালবৰ্গই বৰঙাবাৰীস্থিত বাসগৃহ প্ৰাংগনত গীত-মাতেৰে উদযাপন কৰা হয়।
গহপুৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা উক্ত অনুষ্ঠানটোত গহপুৰৰ ২০গৰাকী মহিলা স্বাধীনতা সংগ্ৰামী নাম সন্নিবিষ্ট কৰি বানীবদ্ধ কৰা ‘পুণ্যভূমি ছয়দুৱাৰৰ মহিয়সী নাৰী‘ শীৰ্ষক এটি দেশপ্ৰেমমূলক গীতৰ শুভমুক্তি দিয়া হয়।
ধোপাবৰৰ দিপাঞ্জলী কাকতি বৰদলৈয়ে কণ্ঠদান কৰা গীতটো উন্মোচন কৰে বিশিষ্ট্য সাহিত্যিক লোকেশ্বৰী সন্দিকৈ আৰু সেউতি বৰায়ে।
Leave a Reply