লোভেই কাল হ’ল এগৰাকী খণ্ড উন্নয়ন বিষয়া :: 

 

লোভেই কাল হ’ল এগৰাকী খণ্ড উন্নয়ন বিষয়া :দুৰ্নীতিৰ অভিযোগত নিলম্বিত হ’ল খণ্ড উন্নয়ন বিষয়া

 

অসম খবৰ ডিজিটেল ::কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ BDOক নিলম্বন৷
বিভাগীয় তদন্তৰ ভিত্তিত BDO মনি দেবীক নিলম্বন৷
গৰৈমাৰী উন্নয়ন খণ্ডত ব্যপক দুৰ্নীতিৰ অভিযোগ৷
কিছুদিন পুৰ্বে গৰৈমাৰী উন্নযন খণ্ডত চলিছিল মুখ্যমন্ত্ৰী তদানিন্তন কমিটিৰ অভিযান৷
অভিযানত উন্মোচন হৈছিল ব্যপক অনিয়মৰ তথ্য৷
পঞ্চায়ত আৰু গ্ৰামোন্নয় বিভাগৰ প্ৰধান সচিব Dr J.B. Ekkaই নিলম্বন কৰে গৰৈমাৰীৰ BDO  মনি দেবীক।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.