লখিমপুৰৰ ফুলবাৰীত ৰাষ্টীয় নাট মহোৎসৱ :

 

লখিমপুৰৰ ফুলবাৰীত ৰাষ্টীয় নাট মহোৎসৱ :


অভিনৱ থিয়েটাৰ প্ৰকল্পত অৰ্থাৎ ফুলবাৰীৰ পাহাৰৰ দাঁতিকাষৰীয়া ১নং মাজগাঁৱৰ সম্পূৰ্ন গাঁৱলীয়া পৰিবেশৰ মাজত অনুস্থিত হোৱা ৰাষ্টীয় নাট মহোৎসৱত ভাৰতৰ পশ্চিমবংগ, উত্তৃৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু অসমৰ নাট্যদলে সচেতন ধাৰাৰ নাটক মঞ্চস্থ কৰিছে।

শনিবাৰে নিশা লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ৰুদাক্ষ নাট্যগোষ্ঠীৰ দ্বাৰা দেৱব্ৰত কলিতাৰ পৰিচালনাত বৰ্তমান সময়ত আমাৰ সমাজতৃ চলিথকা হত্যা হিংশা ধৰ্শন লুণ্ঠন ইত্যাদি সকলো দিশ সামৰি সম্পূৰ্ন অসমীয়া ভাষাৰ “ইশ্বৰৰ সন্ধানত” শীৰ্ষক নাটক প্ৰদৰ্শন কৰে।

বিহপুৰীয়াৰ ৰুদাক্ষ্য নাট্যগোষ্ঠীৰ ইশ্বৰৰ সন্ধানত শীৰ্ষক নাটক খন চাৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকৰ সমাগম পৰিলক্ষিত হয়।


প্ৰেৰক: জয়ন্ত কুমাৰ হাজৰিকা

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.