বিহালী বৰগাংত মণ্ডল বিজেপি কাৰ্য্যালয় আধাৰশিলা স্থাপন

বিহালী বৰগাংত মণ্ডল বিজেপি কাৰ্যালয় আধাৰশিলা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিধায়ক ৰঞ্জিত দত্তই।


বিহালী মণ্ডল সমিতিৰ নিৰ্মাণ হ’বলগীয়া কাৰ্য্যালয়টিৰ প্ৰথমে পকী সীমা বেৰৰ কাম আৰম্ভ কৰে বিধায়ক ৰঞ্জিত দত্তই ।আধাৰশিলা স্থাপনৰ সময়ত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি,বিশ্বনাথ জিলাৰ সভাপতি পংকজ বৰা,বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা,বাঘমৰা মণ্ডলৰ সভাপতি দধিৰাম শৰ্মাকে ধৰি বিজেপি কৰ্মী সকলক উপস্থিত থাকে

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.