শেহতীয়া আপডেটঃ

বিহালীত আৰক্ষীৰ অভিযানঃ প্ৰায় ৬০০ গ্ৰাম গাঞ্জাসহ ৬ জনক আটক

বিহালীত আৰক্ষীৰ অভিযানঃ প্ৰায় ৬০০ গ্ৰাম গাঞ্জাসহ ৬ জনক আটক

বিশ্বনাথ ২৭ এপ্ৰিল
বিশ্বনাথ জিলা আৰক্ষী অধিনৰ বিহালী আৰক্ষী থানা এক গোপন সূত্ৰৰ পম খেদি বৃস্পতিবাৰে বিহালী আৰক্ষী এটা দলে ৬০০ গ্ৰাম নিষিদ্ধ গাঞ্জা সহ ৬ জন গাঞ্জা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে৷
বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবীন সিঙৰ কঠোৰ নিৰ্দেশনাত বিহালী, বৰগাং, জিনজিয়া,হেলেম,গহপুৰ, চতিয়া ,বিশ্বনাথ চাৰিআলি  আৰক্ষীয়ে অব্যাহত ৰাখিছে অবৈধ গাঞ্জা সৰবৰাহকাৰী বিৰুদ্ধে অভিযান ।

 Six Arunachali youths arrested with ganja in Behali

ইফালে বৃস্পতিবাৰে বিহালী আৰক্ষী থানা আৰক্ষী বিষয়া ৰূপজ্যোতি গগৈৰ নেতৃত্বত এটা আৰক্ষী দলে এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত বৃস্পতিবাৰে বিয়লি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা লগতে দুখন স্কুটি আৰু ৬ জন যুৱকক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন যুৱক কেইজন অৰুণাচলৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।বিহালী আৰক্ষীয়ে জানিবলৈ দিয়ে গাঞ্জা সমুহ অৰুণাচল পৰা বিশ্বনাথ চাৰিআলিলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে AR021296 আৰু AR01L8183 নম্বৰ স্কুটিয়ে কঢ়িওৱা নি থকা সময়তে গাঞ্জাসমূহ লগতে দুখন স্কুটি জব্দ কৰা ওপৰিও ৬ জন যুৱক আটক কৰি অধিক তথ্য বাবে আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে। আনহাতে আটকাধীন অৰুণাচলী যুৱক কেইজনে গাঞ্জা সমুহ নিজেই খোৱা বাবে পৰিয়ালৰ ঘৰলৈ অনা হৈছিল বুলি প্ৰকাশ কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.