বিহালীত অন্ন মহোৎসৱ : উদ্বোধন বিধায়ক ৰঞ্জিত দত্ত :

 

 

খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিশ্বনাথ জিলাৰ উদ্যোগত সোমবাৰে পূৱ বিহালী সমবায় সমিতি লিমিটেড কাৰ্য্যলয় প্ৰাঙ্গণত অনুষ্ঠিত “অন্ন মহোৎসৱ” অনুষ্ঠানটিত অংশগ্ৰহণ কৰে বিধায়ক ৰঞ্জিত দত্তই।
বিধায়ক গৰাকীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটো শুভ উদ্বোধন কৰে।

নৰেন্দ্ৰ মোদী জীৰ কৰোণা কালত গ্ৰহণ কৰা দূৰদৰ্শী পদক্ষেপ “প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা” আচঁনিখনক অধিক ফলপ্ৰসূ কৰিবৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰী সকলক ৫ কিলো অতিৰিক্ত চাউলৰ সৈতে ১০ কিলো পৰিমাণৰ এটি উন্নতমানৰ মোনা প্ৰদান কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে বৰালীমৰা গাওঁ পঞ্চায়ত, সভাপতি লাচিত বৰা,নিজ বিহালী জিলা পৰিষদৰ সদস্যা দিপীকা ঢাকাল, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাসকে ধৰি পঞ্চায়ত জনপ্ৰতিনিধিসকল প্ৰমুখ্যে বিভাগীয় বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.