31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা

    — গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৬ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে।...

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ অৱকাৰী অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান :

     

    বিশ্বনাথ অৱকাৰী অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান :

    বিশ্বনাথ ২৯ জুন :
    শোণিতপুৰ জিলা অধিনৰ বিশ্বনাথ মহকুমা আৱকাৰী বিভাগে এক বিশেষ অভিযান চলাই মঙলবাৰে বিহালী বিভিন্ন স্থানত পৰা ৭ কাৰ্টুন কৈ অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

    বিশ্বনাথ মহকুমা উপ অধীক্ষক দ্বিপেন বৰা, বিশ্বনাথ মহকুুুমা আৱকাৰী পৰিদৰ্শক শৰৎ তিমুং, পৰিদৰ্শক দেবেশ্বৰ সন্দিকৈ, চতিয়া চাৰ্কোলৰ সহ:পৰিদৰ্শক জয়ন বৰা নেতৃত্বত যোৱা এটা আৱকাৰী দলে বিহালী জামুনী, বেদেতী, বিহমাৰী, তিনিসুতি, বৰঝাৰণি আদি অঞ্চলত অভিযান চলাই অবৈধ ভাৱে মজুত কৰি ৰখা ৭ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।লগতে দলটোৱে বিহালী বিভিন্ন অঞ্চলনত বহু কেইটা অবৈধ চুুলাই মদৰ ভাটি ভাঙি নষ্ট কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.