Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱৰ লাই খুঁটা স্থাপন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

১৮আৰু১৯ নৱেম্বৰৰ ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি

 

ডিজিটেল ডেস্ক  অসম খবৰ ৫নৱেম্বৰ :

অসমৰ অন্যতম সৰ্ববৃহৎ ৰাস বিশ্বানাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱৰ আজি লাই খুটা স্থাপন কৰা হয়। বিশ্বনাথৰ ৰেল গেট ৰাস বাকৰিত গায়ন বায়নৰ গুৰু ঘাটৰ মাজৰে এই লাই খুটা ভাগ স্থাপন কৰে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱ সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকাই।

লাই খুটা স্থাপন কৰি হাজৰিকাই অহা ১৮আৰু১৯ নৱেম্বৰ ত দুদিনীয়াকৈ অনুষ্ঠিত হব লগীয়া শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস লীলা সফল কৰি তুলিবৰ বাবে ৰাইজলৈ আহ্বান জনায়। ৰাস উদযাপন সমিতিৰ অন্যতম সম্পাদক গৌতম দাধৰাই আঁত ধৰা অনুষ্ঠান ত কাৰ্যকৰী সভাপতি বসন্ত বৰা, সম্পাদক ঈশ্বৰ শইকীয়া,দিলীপ শইকীয়া,ধনটি দত্ত,বিচিত্ৰ ভূঞা প্রাক্তন সম্পাদক,ভাওনা সমিতিৰ সভাপতি বোধন বৰুৱা,সংগীত সমিতিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি বহু সংখ্যক বিষয় ববীয়া উপস্থিতি থাকে।

উল্লেখ্য যে অহা১৮আৰু ১৯নৱেম্বৰত দুদিনীয়া কৈ আয়োজন কৰা হৈছে বিশ্বনাথ ৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱ সমিতিৰ ২৪সংখ্যক ৰাসোৎসৱৰ।

ৰূপালী জয়ন্তী আদৰণি বৰ্ষ হিচাবে লৈ আয়োজন কৰা এই ৰাস মহোৎসৱ ক লৈ ইতিমধ্যে ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।দুইটা নিশাই শ্ৰীমন্ত শংকৰদেৱৰ কেলি গোপাল নাটৰ উপৰি দৈৱকীৰ বিবাহ , পুতনা বধ, নন্দোৎসৱ নাটিকা ৰ আয়োজন কৰা হৈছে।

ৰাস মহোৎসৱ সফল কৰি তুলিবলৈ আহ্বান জনাইছে উদ্যোগতা সকলে।

- Advertisement -

Hot this week

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °