Monday, June 16, 2025
29.9 C
Guwahati
TOP NEWS:

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল দুজন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল দুজন

বিশ্বনাথ 6 জুন :

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ বিভাগৰ অভিযান। অভিযানত জালত পৰিল বিশ্বনাথ জিলা আবকাৰী বিভাগৰ Deputy superintended মৰ্মেশ্বৰ দাসক উৎকোচ লোৱা আৰু এই উৎকোচ লোৱাৰ ক্ষেত্ৰত সহযোগ কৰা একেখন কাৰ্যালয়ৰ কনিষ্টবল অভিজিত বৰুৱা। দিগন্ত বৰা নামৰ এজন ব্যক্তিৰ পত্নীৰ নামত এখন ৱাইন বাৰৰ অনুজ্ঞাপত্ৰ অনুমতিৰ লাভ কৰাৰ পিছত বাৰখন খোলাৰ বাবত বিচাৰিছিল ১ লাখ টকা।পিছত ৫০ হাজাৰ টকাত মান্তি হৈছিল আৰু আজি এই ধন কাৰ্যালয়তে লোৱাৰ সময়তে হাতে লোটে ধৰা পৰে মৰ্মেশ্বৰ দাস আৰু অভিজিত বৰুৱা।ইতিমধ্যে ধৃত দুয়োজনকে সোধা-পোছা অব্যাহত ৰখাৰ লগতে আবকাৰী বিভাগৰ কাৰ্যালয়তে তদন্ত চলাই আছে আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ বিভাগৰ দলে।

অভিযোগকাৰী দিগন্ত বৰাৰ পূৰ্বৰ পৰাই আছে আন এখন ৱাইন বাৰ।যাৰ বাবে ইয়াৰ পূৰ্বেও বহু বাৰ আবকাৰী বিভাগৰ Deputy superintended মৰ্মেশ্বৰ দাসে ধন দাবীৰ লগতে সুৰা বিচাৰি হাৰাশাস্তি কৰি আহিছিল অভিযোগকাৰী দিগন্ত বৰাক।কিন্তু এইবাৰ পুনৰ উৎকোচ বিচৰাত উপায়ন্তৰ হৈ আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ বিভাগৰ সৈতে যোগাযোগ কৰিছিল দিগন্ত বৰাই। ইফালে আৱকাৰী উপ পৰিদৰ্শক মৰ্মেশ্বৰ দাসৰ ভাড়া  ঘৰৰ পৰা ২ লাখ ৬৩ হাজাৰ নগত ধন উদ্ধাৰ কৰে দুৰ্নীতি নিবাৰণৰ শাখাই।

- Advertisement -

Hot this week

Topics

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
29.3 ° C
29.3 °
29.3 °
80 %
0.3kmh
97 %
Mon
29 °
Tue
33 °
Wed
30 °
Thu
29 °
Fri
28 °