প্ৰচণ্ড শীত হওক অথবা গৰম৷ আমাৰ উচ্ছেদ নিৰন্তৰে চলি থাকিব৷
শোণিতপুৰৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ৫ আৰু ৬ জানুৱাৰীত অবৈধ দখলৰ বিৰুদ্ধে দৃঢ় অভিযান চলাই ১,২০০টা ঘৰ উচ্ছেদ কৰা হয় আৰু ৬৫০ হেক্টৰ ভূমি পুনৰুদ্ধাৰ কৰা হয়। এতিয়া সীমা নিৰ্ধাৰণ, গছপুলি ৰোপণ আৰু আৰক্ষী–বন বিভাগৰ যৌথ সহযোগিতাৰ জৰিয়তে এই পৰিৱেশ-সংবেদনশীল এলেকাটি সংৰক্ষণত ব্যাপক ইতিবাচক পৰিৱৰ্তনৰ সূচনা হ’ব।


