Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

দিহানাম সংৰক্ষণ মঞ্চ, অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

উত্তৰ গুৱাহাটীঃ অসমৰ জনপ্ৰিয় ভক্তি ৰসাত্মক লোককলা দিহানামৰ এক সুসংহত আৰু সুপৰিমাৰ্জিত নিয়মাৱলী প্ৰণয়নৰ লক্ষ্যেৰে সংগঠিত হৈছে দিহানাম সংৰক্ষণ, মঞ্চ, অসম। অসমৰ ২৪ খন জিলাৰে গঠিত এই দিহানাম সংৰক্ষণ মঞ্চ, অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৭ জানুৱাৰী, ২০২৫ মঙ্গলবাৰে ৰঙিয়াত অনুষ্ঠিত কৰা হ’ব। ৬ আৰু ৭ জানুৱাৰীত প্ৰথম বাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচী সুকলমে সম্পাদন কৰিবলৈ এখন বলিষ্ঠ আদৰণী সমিতি গঠন কৰা হ’ব। দিহানাম সংৰক্ষণ মঞ্চ, অসম, কামৰূপ জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰী কাকতি, সম্পাদিকা স্বপ্নালী গগৈ মহন্ত আহ্বায়ক মণ্ডলী হিৰেণ কুমাৰ নাথ, বাণী পাঠক, পৰেশ দাস, নৃপেন ডেকা, কংকন অধিকাৰী, মঞ্জুৰাণী দাস আৰু ৰঞ্জু ৰাজবংশীয়ে জানিবলৈ দিয়া মতে ২৪ নৱেম্বৰ তাৰিখে ভয়ৰা (মৰাণজানা) জ্ঞানপীঠ মধ্য ইংৰাজী বিদ্যালয়ত দিনৰ ১০ বজাৰ পৰা এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। সভাত স্হানীয় বিধায়ক ভবেশ কলিতা,উপদেষ্টা মুকুটেশ্বৰ গোস্বামী, কেন্দ্ৰীয় সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ্যে বহুতো বিশিষ্ট ব্যক্তিৰ উপস্থিতি থাকিব। আয়োজক সমিতিৰ তৰফৰপৰা জাতি, বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে উপস্থিতি, সক্ৰিয় সহযোগিতা আৰু সু দিহা পৰামৰ্শ কামনা কৰিছে।

- Advertisement -

Hot this week

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °