https://www.facebook.com/100064171141676/videos/pcb.1037444238404605/1405689663744207
পাহাৰীয়া অঞ্চল উন্নয়ন, পৰিবহণ, সহযোগিতা, থলুৱা আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি মন্ত্ৰী যোগেন মোহন, স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘল, টাটা মটৰ্ছৰ কাৰ্যবাহী সঞ্চালক গিৰীশ ৱাঘ আৰু অসম চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়া, টাটা মটৰ্ছ আৰু এক্সম অটোমোবাইলৰ সঞ্চালক ড০ সঞ্জীৱ নাৰায়ণৰ উপস্থিতিত এই কেন্দ্ৰটো উদ্বোধন কৰা হয়৷