কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত

■ আজি অসম বিধানসভাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য সভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈ বিজয় হোৱাত বিজয় প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিবলৈ উপস্থিত হয়।

উক্ত কার্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰ বহু কেইজন কেবিনেট মন্ত্ৰী, বিধায়কসকল, সাংসদসকলৰ লগতে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক বিষয় ববীয়াসকলৰ লগতে দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.