Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

অৰ্দ্ধাকাশ নাট্য গোষ্ঠী গহপুৰৰ সমিতি গঠন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

অৰ্দ্ধাকাশ নাট্য গোষ্ঠী গহপুৰৰ সমিতি গঠন

অসমৰ সাম্প্ৰতিক নাট্য আন্দোলনক শক্তিশালী ৰূপে গঢ় দিয়াৰ উদ্দেশ্য আৰু নাট মঞ্চস্থৰে নাৰী সমাজক জাগ্ৰত কৰাৰ লক্ষৰে গহপুৰৰ সোলেঙীত অৰ্দ্ধাকাশ নাট্য গোষ্ঠী গহপুৰ গঠন কৰা হয়।

এই উপলক্ষে গহপুৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ভদ্ৰেশ্বৰী বৰাৰ সভাপতিত্বত হেম সোলেঙী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাৰ আঁত ধৰে সোলেঙী পথাৰ অগ্ৰণী মহিলা মৌচুমী শইকীয়াই। উক্ত সভাত প্ৰবীণ অভিনেত্ৰী বিশিষ্ট সমাজসেৱিকা বিৰজা হাজৰিকা, ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰবক্তা মিতালী হাজৰিকা, মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী নিৰুমণি বৰা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা অসম নাট্য সন্মিলনীৰ জিলা সদস্যা কিৰণ হাজৰিকা, মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী বৈজয়ন্তী নেওগ বৰা, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী বিজয়া দত্ত হাজৰিকাই বক্তব্য প্ৰদান কৰে।

মহেশ্বৰী ভূঞা, নিৰ্মালী ভূঞা বৰা, জ্যোৎস্না ৰাজখোৱা, নিৰ্মালী দত্ত, অঞ্জলী হাজৰিকা, জোনটি বৰা, পিংকী বৰা, ৰুমী শইকীয়া, ৰিতামণি বৰা, ৰাখী বৰা শইকীয়া, মামন শইকীয়া লিপিকা দত্ত ভূঞা, নিভা হাজৰিকা বৰুৱা, পল্লৱী বৰা, পলী শইকীয়াকে ধৰি বহু কেইগৰাকী নাট্যনুৰাগী মহিলাৰ উপস্থিতিত বিজয়া দত্ত হাজৰিকাক সভানেত্ৰী আৰু মৌচুমী শইকীয়াক সম্পাদিকা হিচাপে লৈ অৰ্দ্ধাকাশ নাট্য গোষ্ঠী, গহপুৰৰ সমিতিখন গঠন কৰা হয়।

- Advertisement -

Hot this week

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °