গুৱাহাটী, ৫ ছেপ্টেম্বৰ: ‘প্ৰান্তিক’আলোচনীৰ ১–১৫ ছেপ্টেম্বৰ, ২০২৫ সংখ্যাত প্ৰকাশ হোৱা ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘অভিযন্তাৰ পৰা কেৰিয়াৰ পৰামৰ্শদাতালৈ যাত্ৰা: কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ’ শীৰ্ষক লেখাটোৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত অনলাইন মতামত প্ৰতিযোগিতাখনৰ ফলাফল ঘোষণা কৰা হৈছে। এই প্ৰতিযোগিতাখনত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীসকল হ’ল – কৃষ্ণালীনা কলিতা ,নৱনীতা গগৈ, পুষ্পাঞ্জলি ডেকা, বৰিস্মিতা ফুকন, ভবেন গগৈ, জয়শ্ৰী শইকীয়া, বিপুল শৰ্মা, শতাব্দী শৰ্মা, দাদুল ভূঞা আৰু শেৱালী ভণিতা চৌধুৰী । পুৰস্কাৰ লাভকাৰী সকলে তেওঁলোকৰ জি-পে নম্বৰ (G-Pay Number) বা বেংক একাউণ্ট নম্বৰৰ সবিশেষ ৱাটছএপ নম্বৰ ৯৪৩৫১৮৮৬৩০-ত জনাবলৈ ড° বুলজিৎ বুঢ়াগোহাঁয়ে আহ্বান জনাইছে।
[sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]



