Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল জনতা ভৱনৰ কৰ্মচাৰী, আটক ছিনিয়ৰ একাউণ্টেণ্ট

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল জনতা ভৱনৰ কৰ্মচাৰী, আটক ছিনিয়ৰ একাউণ্টেণ্ট

গুৱাহাটী ৪ জানুৱাৰী : এইবাৰ জনতা ভৱনত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
নগদ ৪ হাজাৰ টকাৰ ঘােচ লৈ হাতে-লোটে ধৰা পৰিল জনতা ভৱনৰ এগৰাকী মহিলা কৰ্মচাৰী।
এই মহিলা কৰ্মচাৰীগৰাকীৰ নাম সীমা দেৱী।

তেওঁ জনতা ভৱন স্থিত বড়োলেণ্ড কল্যাণ বিভাগৰ জ্যেষ্ঠ সহায়ক বুলি জানিব পৰা গৈছে।
এজন ব্যক্তিৰ কাম কৰি দিয়াৰ বিনিময়ত ১੦ হাজাৰ টকা দাবী কৰিছিল সীমা দেৱীয়ে। ইয়াৰে প্ৰথম কিস্তিত ৪ হাজাৰ ঘোচ লৈ হাতে-লােটে ধৰা পৰে এই দুৰ্নীতিগ্ৰস্ত মহিলা কৰ্মচাৰীগৰাকী।


ভুক্তভােগী লোকজনে ইতিপূৰ্বে ঘােচ দাবী কৰাৰ কথা অৱগত কৰিছিল দুৰ্নীতি নিবাৰক শাখাক।
তাৰ পিছতে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই সচিবালয়ত।


জানিব পৰা মতে, জনতা ভৱনৰ ডি ব্লকৰ তৃতীয় মহলাৰ পৰা আটক কৰা হৈছে এই মহিলা কৰ্মচাৰীগৰাকীক।
জানিব পৰা মতে, সীমা দেৱীৰ মানি বেগৰ পৰা নগদ ৯৯ হাজাৰ টকাও জব্দ কৰে অভিযানকাৰী দলটােৱে।

- Advertisement -

Hot this week

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °