আজি প্ৰথম পৰ্য্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া

◊পাৰ্থ প্ৰতীম বৰুৱা, নাজিৰাঃ আজি ৰাজ্যত অনুস্থিত হৈছে প্ৰথম পৰ্য্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া৷
পুৱা ৭ বজাৰ লগে লগেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভোট কেন্দ্ৰত ভোটাৰ সকলে সাব্যস্ত কৰিছে ভোট দান৷
১০৪নং নাজিৰা বিধান সভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইয়ে ইতিমধ্যে ভোটদান সাব্যস্ত কৰিছে।
বালিঘাট জনজাতি প্ৰাথমিক বিদ্যালয়ত নাজিৰাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই সাব্যস্ত কৰে ভোটদান।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.