Thursday, June 19, 2025
27 C
Guwahati
TOP NEWS:

অখিল ভাৰতীয় চন্দ্ৰবংশী ক্ষত্ৰিয় মহাসভাৰ উদ্যোগত গুৱাহাটীত জৰাসন্ধৰ ৫২২৭ সংখ্যক জয়ন্তী মহোৎসৱ উদযাপন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীঃ অখিল ভাৰতীয় চন্দ্ৰবংশী ক্ষত্ৰিয় মহাসভাৰ পূৰ্বোত্তৰ শাখাৰ উদ্যোগত আজি গুৱাহাটীৰ লতাশিলস্থিত বিষ্ণু নিৰ্মলা ন্যাসৰ সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অখিল ভাৰতীয় চন্দ্ৰবংশী ক্ষত্ৰিয় মহাসভাৰ শ্বিলঙৰ সংৰক্ষক বিশ্বেশ্বৰ প্ৰসাদ সিঙে।

এই উপলক্ষে মহাসভাৰ অসম শাখাৰ অধ্যক্ষ ৰাম অৱতাৰ প্ৰসাদৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শাখাৰ পূৰ্বোত্তৰ শাখাৰ সচিব প্ৰধান ৰাজ কিশোৰ প্ৰসাদ, তিনিচুকীয়া জিলাৰ অৰবিন্দ কুমাৰ সিং, বঙাইগাঁও জিলাৰ ছমচেৰ সিং, গুৱাহাটীৰ বিজয় কুমাৰ সিং আৰু সঞ্জয় কুমাৰ চন্দ্ৰবংশী, সদৌ অসম অনুসূচিত জাতি যুৱ পৰিষদৰ নেতা নিত্যানন্দ দাসকে ধৰি কেবাজনো লোক উপস্থিত থাকে। অনুষ্ঠানত কেবাজনো বক্তাই মহাভাৰতৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে পৰিচিত জৰাসন্ধৰ এতিয়াও উচিত মূল্যায়ন কৰা হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে আৰু তেওঁৰ বিষয়ে অধিক গবেষণা কৰাৰ থল আছে বুলি ব্যক্ত কৰে।

- Advertisement -

Hot this week

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
26.6 ° C
26.6 °
26.6 °
88 %
1.9kmh
100 %
Thu
27 °
Fri
32 °
Sat
32 °
Sun
32 °
Mon
31 °