31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    বিলাসীপাৰাত ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন

    বিলাসীপাৰাত ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন :

    সমগ্র দেশৰ লগতে ধুবুৰী জিলাৰ
    বিলাসীপাৰা আই এন এ খেল পথাৰত দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলন কৰা হয় ।

    বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানীয়ে উত্তোলন কৰে গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা ।

    ইয়াৰ পিছতে অসম আৰক্ষীৰ দ্বাৰা প্ৰদৰ্শিত কুজ কাৱাজ গ্ৰহণ কৰে মহকুমাধিপত গৰাকীয়ে ।
    মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে পশ্চিম বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদ প্ৰমুখ্যে কেবাগৰাৰী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

    ধুবুৰীৰ পৰা আলী আজাত ইছলাম

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds