31.3 C
Guwahati
Saturday, January 3, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠা :

    ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান  :

     

    বিশ্বনাথ ৩০ জুলাই ::

    শনিবাৰে বিহালী সমষ্টিৰ লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰেক্ষাগৃহত বিহালী আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতি উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিহালী সমষ্টিৰ ২১৩ গৰাকী মেধাৱী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনাই।

     

    সম্বৰ্ধনা অনুষ্ঠানটিত বিহালী ৰাংছালী সমাজ সেৱক শুকদেৱ বৰুৱাই সভাপতিত্বত কৰা সভা খনত আতঁ দৰে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক অনিল বনিয়াই ।

    মুখ্য বক্তা হিচাপে উপস্থিত থকা ড০ ভূপেন বৰাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যৰে উৎসাহ মূলক বক্তব্যৰে অনুষ্ঠানটি জীপাল কৰি তোলে।


    আনহাতে সভাত উপস্থিত থাকে যুৱ সমাজকৰ্মী ৰূপতি দাস,জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ফিৰোজ দাস, বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চিত্ৰ ৰঞ্জন ৰয় ,লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক জয়ন্ত হাজৰিকা, প্ৰাক্তন ছাত্ৰ নেতা নিৰঞ্জন দাস,অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা বিশ্বনাথ জিলা সভাপতি সিংহ জিৎ হাজৰিকা , সংগ্ৰামী যুৱ ছাত্র পৰিষদৰ বিশ্বনাথ জিলাৰ সহকাৰী সাধাৰণ সম্পাদক মিন্টু বৰা , বিহালী আঞ্চলিক অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পল্লব বৰুৱা আৰু সম্পাদক জিন্টু দাসৰ লগতে সমাজ কৰ্মী সঞ্জীৱ দত্ত,সাংবাদিক শ্ৰীমন্ত দাসকে ধৰি অঞ্চলটো বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক গঠনমূলক পৰামৰ্শ আৰু বক্তব্য আগবঢ়াই।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.