31.3 C
Guwahati
Sunday, November 2, 2025
More

    শেহতীয়া আপডেটঃ

    শিৱসাগৰত ট্ৰেড লাইচেঞ্চৰ নামত বৃহৎ কেলেংকাৰী

    ■ শিৱসাগৰত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰীৰ ঘটনা। ভুৱা ট্ৰেড লাইচেঞ্চ তৈয়াৰ কৰি কৰ ফাঁকিৰে ১৫ কোটিত কৈ অধিক টকাৰ হৰলুকীৰ অভিযোগ। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ হাঁহচৰা গাওঁ পঞ্চায়তত। পঞ্চায়তৰ সভানেত্ৰী প্ৰিতি দুৱৰাৰ অজ্ঞাতে ভুৱা ছীল মোহৰ প্ৰস্তুত কৰি লগতে ভুৱা চহীৰে সৰকালে ১৫ কোটিতকৈ অধিক টকা। শেহতীয়াকৈ পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা।

    জিলাখনৰ হাঁহচৰা পঞ্চায়তৰ অধীনৰ হীৰেন বৰা নামৰ যুৱকজনে পি.বি. এন্টাৰপ্ৰাইজৰ নামত ভুৱা ট্ৰেড লাইচেঞ্চেৰে হৰকালে এই বৃহৎ ধন। সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি পঞ্চায়তৰ সভানেত্ৰী প্ৰীতি দুৱৰাই স্থানীয় চেৰেকাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। পৰবৰ্তী সময়ত এই ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds