ৰাণী উন্নয়ন খণ্ড বিলুপ্ত বা স্থানান্তৰ নকৰি যথাস্থানতে ৰাখিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ
আজাৰাঃ সমষ্টি পুনৰ গঠনৰ পিছত ৰাজ্যত প্ৰশাসনিক কাম-কাজ সমূহ ৰাইজৰ মাজলৈ নি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰাৰ বাবে সমষ্টি ভিত্তিত সম জিলা গঠনৰ কাম আৰম্ভ কৰিছে ৰাজ্য […]