সংখ্যাগৰিষ্ঠতা অভিলেখেৰে ষষ্ঠ কাৰ্যকালৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ ভাৰত পুনৰ নিৰ্বাচিত
● ভাৰতে সংখ্যাগৰিষ্ঠতাৰ অভিলেখেৰে ষষ্ঠ কাৰ্যকালৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ পুনৰ নিৰ্বাচিত হৈছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনে জনাইছে যে, বিশ্বব্যাপী প্ৰচাৰ আৰু মানৱ অধিকাৰ […]