বিশ্বনাথত হাজাৰ হাজাৰ ভূমি বেদখল, পেটুলিবাৰীৰ ৩৪ বিঘা ১ কঠা চৰকাৰী ভূমিত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান
বিশ্বনাথ ৰাজহচক্ৰৰ অন্তৰ্গত বিশ্বনাথৰ কেইবা হাজাৰ চৰকাৰী ভূমি বেদখল হৈ আছে। জিলা খনৰ বিশ্বনাথ, বিহালী বৰঝাৰণীকে ধৰি বিশ্বনাথ চাৰিআলি পেটুলিবাৰীৰ চৰকাৰী ভূমি একাংশ লোকে বেদখল […]