১১ দিনীয়া কাৰ্যসূচীৰে পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভ

মৃন্ময় মূৰ্তিৰ ষ্টল আৰু জনগোষ্ঠীয় খাদ্যমেলাই আকৰ্ষণ কৰিছে ৰাইজক গুৱাহাটী: গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া মইনাখোৰোংস্থিত শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ প্ৰাংগনত মন্দিৰৰ সৌজন্যত উদযাপন কৰি অহা ৰাস […]

ৰাষ্ট্ৰীয় আয়ুৰ্বেদ যুৱ সন্মিলনত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ডাঃ জ্যোতির্ময় শর্মাৰ সফলতা

জালুকবাৰীঃ ৰাজস্থানৰ জয়পুৰত ১৫ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে “সম্যোজনম ২০২৪” শীৰ্ষক ৰাষ্ট্ৰীয় আয়ুৰ্বেদ যুৱ সন্মিলন। বিশ্ব আয়ুৰ্বেদ পৰিষদ, ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান জয়পুৰ আৰু ডঃ […]

১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক আপৰ আহ্বান

ঋণ লৈ হিতাধিকাৰী আঁচনি ৰূপায়ন কৰা চৰকাৰৰ দিনতে অচল ১০৮ সেৱা- ৰাজীৱ শইকীয়া গুৱাহাটীঃ ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ ন্যায্য প্ৰাপ্যৰ দাবীৰ আন্দোলনৰ প্ৰতি সমৰ্থন […]

ৰাণীত হাতীৰ উপদ্ৰৱৰ মাজতে কৃষকৰ মাজত বন বিভাগৰ সহযোগত এন জি অ’ৰ টৰ্ছলাইট বিতৰণ

আজাৰাঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলত পকা শালি ধান কটা কাৰ্য আৰম্ভ হোৱাৰ সময়তে অব্যাহত আছে বনৰীয়া […]

চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা, অংকুমান বৰদলৈক গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপ

■ প্ৰতিবাদী শিল্পীক বিনাচৰ্তে মুক্তিৰ দাবী মনোজ ধানোৱাৰৰ ■’ভৰলুমুখৰ গছ কটাৰ সিদ্ধান্ত প্ৰকৃতিৰ ওপৰত আক্ৰমণ ‘- আপ গুৱাহাটী, ১৩ নৱেম্বৰ – চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা আৰু […]

গ্ৰাহকক স্বাস্থ্য বিধি উলংঘা কৰি মাছ-মাংস বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান

গুৱাহাটীঃ গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি মহানগৰীত কদৰ্য্য পৰিবেশত গ্ৰাহকক মাছ-মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগে […]

ৰে’লৱেৰ ট্ৰেড ইউনিয়ন স্বীকৃতিৰ নিৰ্বাচন; এনএফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান

মালিগাঁওঃ ভাৰতীয় ৰে’লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে অহা ৪, ৫ আৰু ৬ ডিচেম্বৰত দেশজুৰি নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত জয়ী হ’বলৈ মুঠ ভোটাৰৰ শতকৰা […]

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ সামৰণি

জালুকবাৰীঃ আয়ুৰ্বেদিক চিকিৎসা সংস্থা (AMO) ৰ উদ্যোগত আৰু বিশ্ব আয়ুৰ্বেদ পৰিষদ, অসম শাখা আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটীৰ সহযোগত যোৱা ৯ আৰু ১০ নৱেম্বৰত গুৱাহাটীৰ […]

১৯ নৱেম্বৰত ১৩ সংখ্যক তাৱাং তীৰ্থ যাত্ৰাৰ শুভাৰম্ভ

♦ ভাৰত তিব্বত সহযোগ মঞ্চ (ৰাষ্ট্ৰীয়)ৰ সৌজন্যত অসম প্ৰান্তৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবেলিও অহা ১৯ ৰ পৰা ২৫ নৱেম্বৰ তাৰিখলৈ গুৱাহাটীৰ পৰা অৰুণাচল প্ৰদেশৰ তাৱাংলৈ […]

প্ৰকৃতিপ্ৰেমীলৈ সুখবৰঃ দীপৰ বিললৈ আহিছে দেশী-বিদেশী পৰিভ্ৰমী চৰাই

আজাৰাঃ গুৱাহাটীৰ অন্যতম জলাশয় হিচাপে পৰিগণিত হৈ অহা দীপৰ বিললৈ লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে দেশী-বিদেশী পৰিভ্ৰমী চৰাই সমূহ। উল্লেখ্য যে ১৯৭২ চনত ইৰাণৰ ৰামচাৰ […]