অসম চাইক্লিং সন্থাৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা

সোণাপুৰ টেপেচিয়াস্থিত এল.এন.আই.পি.ই ৰ অমিয় কুমাৰ প্ৰেক্ষাগৃহত তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ ২০২৪ত চাইক্লিংত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা চাৰি গৰাকীকৈ খেলুৱৈক আজি […]

গুৱাহাটীত ছিনিয়ৰ ৰাজ্যিক বক্সিং

গুৱাহাটীঃ অসম বক্সিং সন্থাৰ উদ্যোগত শুকুৰবাৰৰ পৰা গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম ছিনিয়ৰ আন্তঃজিলা বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ পুৰুষ আৰু মহিলাৰ এলিট শাখাৰ ৰাজ্যিক প্ৰতিযোগিতাখন […]

ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উপলক্ষে পুষ্টি আৰু জীৱিকা উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ পূৰবী ডেইৰীৰ

গুৱাহাটীঃ সুষম আহাৰ আৰু গাখীৰৰ পুষ্টিকাৰিতা সম্পৰ্কে অসমৰ বিভিন্ন অঞ্চলত প্ৰসাৰৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ […]

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেছৰৰূপে মনোনীত ৰাণা প্ৰতাপ কলিতা

◊ অসমৰ সু সন্তান, অসম গৌৰৱ তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৪-২০২৫ শিক্ষাবৰ্ষৰ বাবে ৰাজনীতি বিজ্ঞান […]

সংবিধানৰ বাৰ্তা প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন প্ৰবাহঃ মন্ত্ৰী নন্দিতা গৰ্লোছা

গুৱাহাটীত সংবিধান দিৱস পদযাত্ৰা উদযাপন কামৰূপ মহানগৰঃ দেশৰ ৭৫ সংখ্যক সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আজি ফটাশিল […]

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত তৃতীয় মেৰু আৰু পূব হিমালয়ৰ ভৱিষ্যতক লৈ মনোজ্ঞ আলোচনা চক্ৰ

গুৱাহাটীঃ বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ শীৰ্ষক এক আন্তৰ্জাতিক আলোচনা চক্ৰ৷ মহানগৰীৰৰ চাৰিটা স্থানত একেলগে এই আলোচনা […]

জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন নাটকৰ ইংৰাজী অনুবাদ গ্ৰন্থ উন্মোচনঃ শোণিত কুঁৱৰী মঞ্চস্থৰ শতবৰ্ষত ড০ দয়ানন্দ পাঠকৰ অমূল্য উপহাৰ

গুৱাহাটীঃ বিশিষ্ট শিক্ষাবিদ, ইংৰাজী সাহিত্যৰ অধ্যাপক তথা শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড০ দয়ানন্দ পাঠকে ইংৰাজীলৈ অনুবাদ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন […]

২৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ প্ৰথম সংখ্যক পেৰা স্প’ৰ্টছ মীট

২৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ প্ৰথম সংখ্যক পেৰা স্প’ৰ্টছ মীট। ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব প্ৰতিযোগিতা। মুঠ ৫টা শাখাত হ’ব প্ৰতিযোগিতা। ২৭ নৱেম্বৰত দিনৰ ১১ […]

জুৰোডত বিল্ডাৰৰ অত্যাচাৰত ৰাজপথত অনসন ভুক্তভোগী পৰিয়ালৰ

গুৱাহাটীঃ গুৱাহাটী মহানগৰীত একাংশ বিল্ডাৰৰ ময়মতালীত গৃহহীন হোৱাৰ উপক্ৰম হৈছে একাংশ পৰিয়াল। বহিঃৰাগত বিল্ডাৰে বলপূর্বকভাৱে ভূমি দখল কৰি পৌৰ নিগমৰ নীতি-নিয়ম উলংঘা কৰি বৃহৎ অট্টালিকা […]

ৰাণী উন্নয়ন খণ্ড বিলুপ্ত বা স্থানান্তৰ নকৰি যথাস্থানতে ৰাখিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

আজাৰাঃ সমষ্টি পুনৰ গঠনৰ পিছত ৰাজ্যত প্ৰশাসনিক কাম-কাজ সমূহ ৰাইজৰ মাজলৈ নি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰাৰ বাবে সমষ্টি ভিত্তিত সম জিলা গঠনৰ কাম আৰম্ভ কৰিছে ৰাজ্য […]