প্ৰধানমন্ত্ৰী মোডীৰ অধীনত চৰকাৰ বাওঁপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ গৃহমন্ত্ৰী অমিত শ্বাহ

■ গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে নতুন দিল্লীত বাওঁপন্থী উগ্ৰবাদৰ ওপৰত এখন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত অমিত শ্বাহে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত […]

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ শুভাৰম্ভ কৰিব

● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ শুভাৰম্ভ কৰিব। আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ পাইলট প্ৰকল্প প্ৰধানমন্ত্ৰীয়ে যোৱা […]

প্ৰধানমন্ত্ৰী কিষাণ যোজনা: কৃষকৰ বাবে ভাল খবৰ!

■ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান অব্যাহত ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (প্ৰধানমন্ত্ৰী কিষাণ যোজোনা) আৰম্ভ কৰিছিল। আঁচনিখনে কৃষকসকলক বছৰি ৬০০০ টকাৰ […]

ৰঙিয়াত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ফলমূল বিতৰণ

“সেৱা আৰু সমৰ্পণ অভিযান”ৰ অংশ ৰূপে আজি ৰাজ্যিক সংখ্যালঘু মৰ্চাই ৰাতিপুৱা ১১ বজাৰ পৰা ৰঙিয়া পৰিদৰ্শন বঙলাৰ পৰা শুভাৰম্ভণি কৰি ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্য, জ্যেষ্ঠ চিকিৎসক ডাঃ পদ্মেশ্বৰ কলিতাৰ উপস্থিতিত চিকিৎসালয়খনৰ ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে।