অসম চাইক্লিং সন্থাৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা

সোণাপুৰ টেপেচিয়াস্থিত এল.এন.আই.পি.ই ৰ অমিয় কুমাৰ প্ৰেক্ষাগৃহত তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ ২০২৪ত চাইক্লিংত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা চাৰি গৰাকীকৈ খেলুৱৈক আজি […]

ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উপলক্ষে পুষ্টি আৰু জীৱিকা উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ পূৰবী ডেইৰীৰ

গুৱাহাটীঃ সুষম আহাৰ আৰু গাখীৰৰ পুষ্টিকাৰিতা সম্পৰ্কে অসমৰ বিভিন্ন অঞ্চলত প্ৰসাৰৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ […]

সংবিধানৰ বাৰ্তা প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন প্ৰবাহঃ মন্ত্ৰী নন্দিতা গৰ্লোছা

গুৱাহাটীত সংবিধান দিৱস পদযাত্ৰা উদযাপন কামৰূপ মহানগৰঃ দেশৰ ৭৫ সংখ্যক সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আজি ফটাশিল […]

জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন নাটকৰ ইংৰাজী অনুবাদ গ্ৰন্থ উন্মোচনঃ শোণিত কুঁৱৰী মঞ্চস্থৰ শতবৰ্ষত ড০ দয়ানন্দ পাঠকৰ অমূল্য উপহাৰ

গুৱাহাটীঃ বিশিষ্ট শিক্ষাবিদ, ইংৰাজী সাহিত্যৰ অধ্যাপক তথা শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড০ দয়ানন্দ পাঠকে ইংৰাজীলৈ অনুবাদ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন […]

শিশুৰ মানসিক বিকাশত শিশু-সাহিত্যৰ অৱদান ✒️উৰ্ম্মিলা বৰগোহাঁই

আমাৰ মানৱ দেহাটোত সংঘটিত কিছুমান ক্ৰিয়াকে মানসিক ক্ৰিয়া বা কাৰ্য্য বুলি কওঁ। চিন্তা, স্মৃতি, সুখ-দুখ, ভয় – ক্ৰোধ, কামনা – বাসনা, ইচ্ছা, কল্পনা আদিবোৰেই হৈছে […]

২৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ প্ৰথম সংখ্যক পেৰা স্প’ৰ্টছ মীট

২৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ প্ৰথম সংখ্যক পেৰা স্প’ৰ্টছ মীট। ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব প্ৰতিযোগিতা। মুঠ ৫টা শাখাত হ’ব প্ৰতিযোগিতা। ২৭ নৱেম্বৰত দিনৰ ১১ […]

জাপৰিগোগ, মালয়বাৰী, শুৱালকুছি, তেতেলীয়াৰ ৰাস মহোৎসৱত পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ

“ভগৱান শ্ৰীকৃষ্ণ”ই যানবাহন ব্যৱহাৰকাৰীক জনালে “পঞ্চসূত্ৰ” মানি চলাৰ আহ্বান, সতৰ্ক কৰিলে গুৰুগোসাই নমনা চালকক গুৱাহাটীঃ সমাজৰ সৰ্বস্তৰতে পথ-সুৰক্ষা সজাগতাৰ জনসচেতনতা সৃষ্টিৰ প্ৰয়াসেৰে শ্ৰীকৃষ্ণৰ পৱিত্ৰ ৰাস […]

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে আজাৰাৰ দীপেন মেধিয়ে

আজাৰাঃ ভিয়েটনামত অলপতে অনুষ্ঠিত হৈ যোৱা “আইৰণমেন ট্ৰাইথল’ন ” আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত আইৰণমেন খিতাপ অৰ্জন কৰি ৰাজ্যৰ লগতে আজাৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে আজাৰাৰ ওজাপাৰাৰ […]

হিন্দী লেখিকা অঞ্জনা জৈনৰ ৩খন ভিন্নধৰ্মী গ্ৰন্থ উন্মোচনঃ অসমৰ হকে কাম কৰা মানুহেই অসমীয়াঃ অনুৰাধা শৰ্মা পূজাৰী

গুৱাহাটীঃ অসমৰ এগৰাকী জনপ্ৰিয় হিন্দী লেখিকা অঞ্জনা জৈনৰ তিনিখন গ্ৰন্থ আজি গুৱাহাটীৰ লোহিয়া লায়নচ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ সভাত একেলগে উন্মোচন কৰা হয়। অসমৰ জাতীয় সংগীতৰে […]

গুৱাহাটী সংকুলৰ ‘শিশু মেলা’ সম্পন্ন

বেতকুছিঃ আজি গুৱাহাটী সংকুলৰ শিশু বাটিকা বিভাগৰ ‘শিশু মেলা’ খন শংকৰদেৱ শিশু নিকেতন, বেতকুছিত উলহ মালহেৰে এক আনন্দ মুখৰ পৰিৱেশত সম্পন্ন হৈ যায়। পুৱা বন্তি […]