পুনৰ নিৰ্মাণ কৰা পুৰণি গুৱাহাটী জিলা উপায়ুক্ত বাংলো ৰাইজলৈ ঐতিহ্য সমল হিচাপে মুকলি

■ গুৱাহাটীঃ অসমৰ পৰ্যটন খণ্ডৰ বৃদ্ধিৰ লক্ষ্যৰে অহা ৩ অক্টোবৰ দেওবাৰৰ পৰা গুৱাহাটী মহানগৰীৰ পানবজাৰত থকা বহ্নিমান ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ বা পুৰণি জিলা উপযুক্তৰ […]

শ্বেৰমানৰ নেতৃত্বত কংগ্ৰেছৰ মিঞাকৰণ অভিযান, ইছলামীয় আগ্রাসনৰ নেতৃত্বত ভূপেন বৰা, গৌৰৱ গগৈ

■ “ছয় বছৰীয়া অসম আন্দোলনৰ সময়ত ৮৫৫ জন তেজাল অসমীয়া যুৱক-যুৱতীক গুলীয়াই শহীদ কৰা কংগ্ৰেছ দলে অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ বীৰ-বীৰাংগনা সকলক অৱমাননা কৰাতাে কোনাে ডাঙৰ […]

উন্নত গৱেষণাৰ বাবে পতঞ্জলি আৰু টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ মাজত বুজাবুজি চুক্তি

■ যোৰহাটঃ টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান, যোৰহাটে শীঘ্ৰেই ৰাজ্যখনত চাহ উৎপাদনৰ প্ৰসাৰিত কৰাৰ বাবে পতঞ্জলিৰ সৈতে সহযোগিতা কৰিব। শনিবাৰে অনুষ্ঠিত এখন বৈঠকত অসম উদ্যোগ আৰু […]

প্ৰধানমন্ত্ৰী মোডীৰ অধীনত চৰকাৰ বাওঁপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ গৃহমন্ত্ৰী অমিত শ্বাহ

■ গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে নতুন দিল্লীত বাওঁপন্থী উগ্ৰবাদৰ ওপৰত এখন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত অমিত শ্বাহে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত […]

সৰ্বভাৰতীয় ইঞ্চপায়াৰ এৱাৰ্ডঃ বিজ্ঞানৰ উদ্ভাৱনীমূলক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সুনাম অৰ্জন লাকুৱাৰ ইয়াচমিন আহমেদেৰ

● অহা অক্টোবৰ মাহত শ্বিলঙত দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব এই বঁটা। শিৱসাগৰ জিলাৰ লাকুৱাৰ এগৰাকী দৰিদ্ৰ, পিতৃহীনা ছাত্ৰীয়ে অসমলৈ এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। […]

ঠাকুৰবাৰী চাহ বাগিচাত দুদিনীয়া কাৰ্যসূচীৰে কৰম পূজা উদযাপন

■ শোণিতপুৰ জিলাৰ ৰঙাপৰা থানাৰ অন্তৰ্গত ঠাকুৰবাৰী চাহ বাগিছাৰ ৯নং শ্ৰমিক লাইনত সদৌ অসম আদিবাসী ছাত্র সন্থা(আছা)ৰ ঠাকুৰবাৰী প্ৰাথমিক গোটৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ […]

ৰঙাপৰা প্রেছ ক্লাবৰ সাধাৰন সভা, দুটা বৰ্ষৰ বাবে প্রেছ ক্লাবৰ নতুন সমিতি গঠন

■ কঠোৰ প্ৰত্যাহ্বানৰ মাজৰে বিচলিত নোহোৱাকৈ সংবাদ পৰিবেশন কৰাই হ’ল সংবাদ মাধ্যমৰ কৰ্তব্য। ই সম্পূৰ্ণ নিৰপেক্ষ আৰু গনভিক্তি থকা বাতৰি পৰিবেশনে ৰাইজৰ সমাদৰ লাভ কৰে। […]

ৰঙিয়াত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ফলমূল বিতৰণ

“সেৱা আৰু সমৰ্পণ অভিযান”ৰ অংশ ৰূপে আজি ৰাজ্যিক সংখ্যালঘু মৰ্চাই ৰাতিপুৱা ১১ বজাৰ পৰা ৰঙিয়া পৰিদৰ্শন বঙলাৰ পৰা শুভাৰম্ভণি কৰি ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্য, জ্যেষ্ঠ চিকিৎসক ডাঃ পদ্মেশ্বৰ কলিতাৰ উপস্থিতিত চিকিৎসালয়খনৰ ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে।

ৰঙাপৰাত উলহ মালহেৰে উদযাপন কৰম উৎসৱ

কৰম পূজাৰ থলীত চাহ জনগোষ্ঠীৰ লোক সংস্কৃতিৰ প্ৰদৰ্শন কৰি সমাজত এক আদৰ্শময় পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰম পূজা উদযাপন সমিতিৰ