গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল-২০২৪ ৰ সামৰণি

গুৱাহাটী: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত জাপান কাৰ্নিভাল -২০২৪ ৰ আজি সন্ধিয়া সামৰণি পৰে। বিশ্ববিদ্যালয়খনৰ ইংৰাজী আৰু […]

অসম মহিলা অভিযন্তা সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন

গুৱাহাটীঃ ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন অসম মহিলা অভিযন্তা সন্থা’ৰ (Women Engineers Forum of Assam) ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস অহা ৯ নবেম্বৰত গুৱাহাটীৰ […]

অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা অমৃত প্ৰবাহৰ মুখ্য সম্পাদক মৃণালিনী দেৱীৰ ওপজা দিন পালন

অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা অমৃত প্ৰবাহৰ মুখ্য সম্পাদক মৃণালিনী দেৱীৰ আজি ওপজা দিন।এই উপলক্ষে অমৃত প্ৰভাহ আৰু অমৃত নিউজৰ কাৰ্যালয়ত পালন কৰা হয় […]

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ ২০২৪ ৰ প্ৰাৰম্ভিক অনুষ্ঠান

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষ কাৰ্যক্ৰম গুৱাহাটীঃ সমাগত ‘প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৪-ৰ লগত সংগতি ৰাখি আজি গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰেক্ষাগৃহত দুই শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত এক […]

অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

গুৱাহাটীঃ অসম লেখিকা সমাজৰ উদ্যোগত আৰু নলবাৰী জিলা লেখিকা সমাজৰ সহযোগত অহা ৭ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে নলবাৰী জিলা পুথিভৰাল প্ৰাংগনত অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক […]

পৰিৱেশ সংৰক্ষণৰ বাবে অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় আৰু জালুকবাৰী জাতীয় বিদ্যালয়ৰ প্ৰয়াস

জালুকবাৰীঃ গুৱাহাটীৰ লংকেশ্বৰস্থিত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় আৰু তাৰ পৰা কিছু নিলগত গাড়ীগাঁওস্থিত জালুকবাৰী জাতীয় বিদ্যালয়ে যৌথভাৱে ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজৰ মাজত পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ […]

পাঁচদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ গুৱাহাটী বিশ্ববিদ্যালয়ত যুৱ মহোৎসৱ

জালুকবাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদ আৰু স্নাতকোত্তৰ ছাত্ৰসন্থাৰ উদ্যোগত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ পহিলা নৱেম্বৰৰ পৰা বিশ্ববিদ্যালয় চৌহদত আৰম্ভ হৈছে। পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা […]

ৰাজ্যৰ ৪৮ শতাংশ মানুহৰ মুখৰ ভাষা অসমীয়া, সংবাদমেলত আপৰ নেত্ৰী পুনম গগৈৰ প্ৰশ্ন

ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক সুৰক্ষিত কৰিবনে? গুৱাহাটীঃ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পিচত চৰকাৰে ৰাজ্যজুৰি গ্ৰহণ কৰিছে ‘ভাষা গৌৰৱ’ সপ্তাহ কাৰ্যসূচী। আজি মহানগৰীৰ […]

গড়ভঙা সংৰক্ষিত বনাঞ্চলত বনকৰ্মীৰ অভিযানঃ অৰণ্যধ্বংস কাৰ্যত জড়িত মহিলাক আটক

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ গাতে লগি থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলত আজি বিয়লি বনকৰ্মীৰ দলে চলোৱা এক অভিযানত অৰণ্য ধ্বংস কাৰ্যত জড়িত এগৰাকী মহিলাক আটক কৰে। আটক […]

মাহেকীয়া ‘বাৰ্তাপখিলী’ৰ উদ্যোগত ‘পুষ্পাদেৱী জালান সাহিত্য বঁটা’ ড০ মুক্তা বিশ্বাসলৈ

■ মমতাময়ী মাতৃৰ সজল স্মৃতি ধৰি ৰখাৰ অনন্য প্ৰয়াসক আদৰণি অভিনেত্ৰী মলয়া গোস্বামীৰ গুৱাহাটীঃ সাহিত্য-সংস্কৃতিৰ বহল পথাৰখনৰ লগত জড়িত হৈ থকা এটি সম্ভ্ৰান্ত পৰিয়ালে বিগত […]