গছৰ পকা পাতবোৰ, ধুনীয়া ফুলবোৰ ইত্যাদি…

গছৰ পকা পাতবোৰ ধুনীয়া ফুলবোৰ ইত্যাদি গছৰ পকা পাতবোৰ বতাহজাকত গছৰ পকা পাতবোৰ সৰি সৰি শেষ হ’ল এতিয়া দুহাত মেলি গছবোৰে চাই আছে আকাশলে’ ধুনীয়া […]

কিছু মিঠা প্ৰবঞ্চনাৰে

ৰাধা হৈ তোমাৰ বাঁহীলৈ বাট চোৱাৰ হাহাকাৰ অথবা ঘড়ীৰ কাটাত টোপনি সামৰি ৰখা নিশা কোনোটোৱেই নাছিল আমাৰ প্ৰেমৰ সহচৰ মোৰ কৃষ্ণ! সপোনৰ ঝুলনাত দুলি থাকোঁতে […]

আঘোণ

ধাননি উজাই বলিছে সখীয়তী বতাহ গা-ভাৰী পথাৰখনে সপোন এটি সিঁচি দিছে আলফুলে বৰ আলফুলে এতিয়া চুপতা-চুপতি কৰি ৰাংঢালি ছোৱালীৰ কাঁচিত খনে খনে হয় মুঠি সিহঁতৰ […]

কথা…

কিছুমান কথা থাকে, মন ভৰে কিছুমান কথা থাকে, চকুপানী সৰে কিছুমান কথা থাকে, মৰম জাগে কিছুমান কথা থাকে, হৃদয় ভাঙে কিছুমান কথা থাকে, চিন্তাৰ উদ্ৰেক […]

এটি সপোনৰ অপমৃত্যু ✒️স্মৃতি ৰেখা গগৈ

আঘোণৰ গৰ্ভৱতী ধাননীডৰাৰ দৰেই ভৰুণ মোৰ সপোন বোৱতী নৈৰ দৰে জীৱনৰ গতি বাধা বিহীন ধীৰ স্থিৰ সময়ৰ বানে উটুৱাই নিয়া জীৱনটোত খেপিয়ালেই হাতত লাগি আহে […]

দুঃসময় দিনৰ সংলাপ – পৰী ৰাজখোৱা

দুঃসময় দিনৰ সংলাপ – পৰী ৰাজখোৱা মাজনিশা জিলীকেইজনীয়ে বিনাই কিবা যেন‌ নোপোৱাৰ দুখত। সময়বোৰ অতীত হল‌ অতীতৰ‌ বাবেই আজি তাই এচামৰ বাবে চৰিত্ৰহীনা। বগা কাপোৰত […]

শেৱালি ✒️স্মৃতি ৰেখা গগৈ

শেৱালি শৰতৰ আকাশত শুভ্ৰতাৰ আঁচল মেলি শেৱালিয়ে জিলিকাই দূৱৰি ডৰাত নিয়ৰৰ নিভাজ মৰম সময়বোৰ যে আবদ্ধ আজি শেৱালিৰ শুভ্ৰ কৰনিত খেপিয়াও শৰতৰ বুকুত হেৰাই যোৱা […]

কবি  :  অকবি (নীলিম কুমাৰৰ সমীপেষু) ✒️জুনমনি গগৈ    

কবি  :  অকবি (নীলিম কুমাৰৰ সমীপেষু)   আপুনি ক’লে মই নামানিলোঁ মই ক’লো আপুনি নামানিলে সেই বুলিয়েই আমি বেয়া পাম ইজনে সিজনক? এইখন গণতন্ত্ৰ দেশ […]