ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে […]

ৰাজ্য চৰকাৰৰ উদ্যোগত ৩ৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ

অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা […]

প্রথিতযশা শিল্পী, অভিনেতা, পৰিচালক আৰু নাট্যকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু

♦ প্রথিতযশা শিল্পী, অভিনেতা, পৰিচালক আৰু নাট্যকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যলৈ আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছত বিশিষ্ট অভিনেতা- পৰিচালকজনৰ […]

মুম্বাইৰ অসমীয়া সমাজৰ প্ৰাক্তন নেত্ৰী ৰূপাঞ্জলি বৰুৱাৰ স্মৃতিত মুম্বাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

গুৱাহাটীঃ মু্ম্বাইৰ অসমীয়া সমাজৰ সদ্য প্ৰয়াত নেত্ৰী, অসম এচোছিয়েশ্বন, মুম্বাইৰ দুবাৰকৈ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰা, মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজত নামঘৰৰ দৰে পবিত্ৰ জাতীয় সংস্কৃতিৰ অনুষ্ঠান […]

দীপাৱলীৰ উছাহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগ্নিকাণ্ড আৰু দুৰ্ঘটনা সংঘটিত

যোৰহাট নগৰত কালি সংঘটিত এটা অগ্নিকাণ্ডত এজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰাৰ লগতে কেইবাটাও বাসগৃহ আৰু দোকান, গুদাম আদি ভষ্মীভূত হয়। মৃত লোকজনক বিহাৰৰ […]

গুৱাহাটীৰ উলুবাৰীত মুকলি অত্যাধুনিক পূৰ্নবাস কেন্দ্ৰ আৰু জিম

‘ফিটনেচ চায়েঞ্চ’ত উপলব্ধ থাকিব ফিজিঅ’থেৰাপি, পূৰ্নবাস আৰু জিম মুকলি অনুষ্ঠানত উপস্থিত থাকে বিচিচিআইৰ জইণ্ট চেক্ৰেটেৰী দেৱজীত লন শইকিয়া উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পূর্ণবাস কেন্দ্ৰৰ শুভ উদ্বোধন। মহানগৰীৰ […]

দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন-২০২৪

অসুস্হ মানব শৰীৰৰ জটিলতা দূৰ কৰাৰ ক্ষেত্ৰত উপযুক্ত মাধ্যম ফিজিঅ’থেৰাপি- ডাঃ অচ্যুত চন্দ্ৰ বৈশ্য গুৱাহাটীঃ ‘অসুস্হ মানব শৰীৰৰ জটিলতা দূৰ কৰাৰ ক্ষেত্ৰত উপযুক্ত মাধ্যম হৈছে […]

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত পদকজয়ী অসমৰ খেলুৱৈক সম্বৰ্ধনা

গুৱাহাটী● অসম পেৰালিম্পিক সন্থাই সদ্য সমাপ্ত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত পদকজয়ী ৰাজ্যৰ খেলুৱৈসকলক খানাপাৰাৰ ষ্টাফ কলেজৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনায়৷ ৰাজ্যৰ আন্তৰ্জাতিক সাঁতোৰ […]

ভাৰতীৰ ৩৫ তম্ ৰাষ্ট্ৰীয় এথলেটিকচ প্ৰতিযোগিতাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সুন্দৰ প্ৰদৰ্শনৰে পদক অৰ্জন

গুৱাহাটী● মধ্য প্ৰদেশৰ চাতনাৰ সৰস্বতী বীদ্যাপীঠ অনুষ্ঠিত হোৱা বিদ্যা ভাৰতীৰ ৩৫ তম্ ৰাষ্ট্ৰীয় এথলেটিকচ প্ৰতিযোগিতাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ পৰা ৫৪ গৰাকী খেলুৱৈ ছাত্ৰ-ছাত্ৰীয়ে অংশ […]

ইত্যাদি মঞ্চৰ নাট্যসন্ধ্যাত মঞ্চস্থ হ’ল বৰাক-ব্ৰহ্মপুত্ৰ ভিন্ন প্ৰান্তৰ দুখনকৈ নাটক

● শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি ইত্যাদি উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা নাট্য সন্ধ্যাত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ […]