অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস
গুৱাহাটীঃ অসম লেখিকা সমাজৰ উদ্যোগত আৰু নলবাৰী জিলা লেখিকা সমাজৰ সহযোগত অহা ৭ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে নলবাৰী জিলা পুথিভৰাল প্ৰাংগনত অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক […]
গুৱাহাটীঃ অসম লেখিকা সমাজৰ উদ্যোগত আৰু নলবাৰী জিলা লেখিকা সমাজৰ সহযোগত অহা ৭ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে নলবাৰী জিলা পুথিভৰাল প্ৰাংগনত অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক […]
জালুকবাৰীঃ গুৱাহাটীৰ লংকেশ্বৰস্থিত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় আৰু তাৰ পৰা কিছু নিলগত গাড়ীগাঁওস্থিত জালুকবাৰী জাতীয় বিদ্যালয়ে যৌথভাৱে ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজৰ মাজত পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ […]
আজাৰাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই মঙলবাৰে নগাঁও কলেজ (স্বায়ত্তশাসিত)ৰ সহকাৰী অধ্যাপক তথা এন এছ এছ গোটৰ কাৰ্যসূচী বিষয়া ডঃ ভূবন চন্দ্ৰ চুতীয়া […]
অসমীয়া জাতিৰ প্ৰথম পৰিচয় অসমীয়া ভাষাঃ মন্ত্ৰী অতুল বৰা ভাষা গৌৰৱ কাৰ্যসূচীত অংশ লবলৈ ৰাইজক আহ্বান মন্ত্ৰী অতুল বৰাৰ কামৰূপ মহানগৰঃ ধ্ৰুপদী ভাষাৰ সূচীত অসমীয়া […]
জালুকবাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদ আৰু স্নাতকোত্তৰ ছাত্ৰসন্থাৰ উদ্যোগত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ পহিলা নৱেম্বৰৰ পৰা বিশ্ববিদ্যালয় চৌহদত আৰম্ভ হৈছে। পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা […]
চামগুৰিত যোৱা ২৩ বছৰত বিধ্বস্ত ৰূপ দেখিছোঁ৷ বাট পথৰ একো কামেই নকৰিলে ৰকিবুল হুছেইনে৷ নিৰ্বাচনত হাৰিলে ৰকিবুলে EVM ক দোষ দিয়ে৷ এইবাৰ নিৰ্বাচনৰ আগতেই EVM […]
গুৱাহাটীঃ অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মূৰব্বী ৰাজপাল সিঙে ৩১ অক্টোবৰত অৱসৰ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে বাহিনীটোৰ মূৰব্বী […]
আজাৰাঃ গুৱাহাটীৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দীপৰ বিলৰ আন এটা সুনাম আছে। সেই সুনামটো হল দীপৰ বিলৰ মাছৰ সোৱাদ। দীপৰ বিলৰ […]
বন্ধুত্বৰ আহ্বান নেওচিব নোৱাৰি কাৰ্বি আংলং-কোকৰাঝাৰ-বঙাইগাঁও-বিশ্বনাথৰপৰাও আহিল ভূপেন-অঞ্জন-কমল-ৰত্ন গুৱাহাটীঃ প্ৰায় দুকুৰি দুবছৰৰ অন্তত গুৱাহাটীৰ পানীখাইটিৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ মাজত দেওবাৰে পুনৰ মিলিত হ’ল নলবাৰীৰ চৰকাৰী […]
গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ গাতে লগি থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলত আজি বিয়লি বনকৰ্মীৰ দলে চলোৱা এক অভিযানত অৰণ্য ধ্বংস কাৰ্যত জড়িত এগৰাকী মহিলাক আটক কৰে। আটক […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds