আকৌ লকডাউনৰ পূৰ্ণ সম্ভাৱনা নেকি? দেশত ২৪ ঘণ্টাত ১৬,৩২৬জন নতুনকৈ কোভিড-১৯ত আক্রান্ত, ৬৬৬ জন লোকৰ মৃত্যু

■ নতুন দিল্লীঃ ভাৰতত যোৱা ২৪ ঘণ্টাত ১৬,৩২৬ টা নতুন কোভিড-১৯ত আক্ৰান্ত ঘটনা পোহৰলৈ অহাৰ লগতে ৬৬৬ জন লোকে প্ৰাণ হেৰুৱা তথ্য শনিবাৰে স্বাস্থ্য আৰু […]

জম্মু-কাশ্মীৰ আৰক্ষীয়ে পিচিআৰ জম্মু আৰু পিচিআৰ কাশ্মীৰ-শ্ৰীনগৰত ২৪ ঘণ্টাই সক্ৰিয় ৰাজহুৱা ট’ল ফ্রী হেল্পলাইন মুকলি

■ জম্মু-কাশ্মীৰ আৰক্ষীয়ে পিচিআৰ জম্মু আৰু পিচিআৰ কাশ্মীৰ-শ্ৰীনগৰত ২৪ ঘণ্টাই ৰাজহুৱা ট’ল ফ্ৰী হেল্পলাইন মুকলি কৰিছে। এই হেল্পলাইনৰ দ্বাৰা জনসাধাৰনে উগ্ৰবাদ, নাৰ্কোটিক-ড্ৰাগ সৰবৰাহ, বা আন […]

এক বিলিয়ন কোভিড টিকাকৰণৰ সীমা অতিক্ৰম স্বত্বেও, কোভিড-১৯ৰ বিৰুদ্ধে দেশৰ যুঁজ এতিয়াও শেষ হোৱা নাই; সকলোকে অতি সাৱধানতাৰে আগন্তুক উৎসৱ-পাৰ্বন উদযাপন কৰিবলৈ অনুৰোধ প্ৰধানমন্ত্ৰীৰ

● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিলিয়ন কোভিড প্ৰতিষেধকৰ পালি প্ৰদানত দেশে লক্ষ্যস্থানত উপনীত হোৱা স্বত্বেও কোভিড-১৯ৰ বিৰুদ্ধে আমাৰ যুঁজ এতিয়াও শেষ হোৱা নাই বুলি উল্লেখ […]

জম্মু-কাশ্মীৰত এনআইএ (NIA) অভিযানত ৯ জন সন্ত্ৰাসবাদী সহযোগীক গ্ৰেপ্তাৰ

■ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই(NIA) জম্মু আৰু কাশ্মীৰৰ একাধিক স্থানত তালাচীৰ পিছত ৯ জন সন্ত্ৰাসবাদী সহযোগীক গ্ৰেপ্তাৰ কৰিছে। এনআইএয়ে ১০ অক্টোবৰত এটা গোচৰ ৰুজু কৰাৰ পিছত […]

দশম শ্ৰেণী উত্তীৰ্ণ বাবে ৰে’ল বিভাগত ৬,৮৯১ টা চাকৰিৰ সুযোগ

■ ভাৰতীয় ৰে’লৱেত চাকৰিৰ সুযোগ। যিসকলে ৰেলপথত কাম কৰি আছে তেওঁলোকে আবেদন কৰিব পাৰে। তেওঁলোকৰ বাবে এইয়া এক ডাঙৰ সুযোগ। ■ ৰে’লৱে নিযুক্তি কোষে (RRC) […]

৫৪ বছৰ ধৰি অসমত বাস কৰা পৰিয়ালক বিদেশী ঘোষণা

● ভাণ্ডাৰী দাস ১৯৬৭ চনত বাংলাদেশৰ পৰা ভাৰতলৈ আহিছিল। ● গুৱাহাটীঃ ভাণ্ডাৰী দাসে ১৯৬৭ চনত তেওঁৰ স্বামী আৰু দুই সন্তানৰ সৈতে বাংলাদেশৰ পৰা ভাৰতলৈ পলাই […]