ASSAM RIFLES ORGANISED LECTURE ON WOMEN EMPOWERMENT
ASSAM RIFLES ORGANISED LECTURE ON WOMEN EMPOWERMENT Lokra Batallion under the aegis of Headquarter 21 Sector Assam Rifles and Headquarter Inspector General Assam Rifles (East) […]
ASSAM RIFLES ORGANISED LECTURE ON WOMEN EMPOWERMENT Lokra Batallion under the aegis of Headquarter 21 Sector Assam Rifles and Headquarter Inspector General Assam Rifles (East) […]
বিহালীৰ ৰাংছালীত বিশ্বনাথ জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন বিহালী, ৪ এপ্ৰিলঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত বিশ্বনাথ জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন খন […]
স্বেচ্ছাসেৱী সংগঠন সুবিধাই বিহালীত প্ৰদান কৰিছে সুবিধা : ডিজিটেল শ্ৰেণী কোঠাৰ শুভাৰম্ভ বিধায়ক ৰঞ্জিত দত্তৰ : বিশ্বনাথ ৪ এপ্ৰিল : বিহালীত স্বেচ্ছাসেৱী সংগঠন সুবিধাই ছাত্ৰ […]
: বিশ্বনাথ চাৰিআলিত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ সাধাৰণ সভা সম্পন্ন : আমি যুজাৰু যুজি যাম উৎপল শিৱম বিশ্বনাথ চাৰিআলি ৪ এপ্ৰিল : দেওবাৰে বিশ্বনাথ আমবাৰীত স্থিত […]
বিশ্বনাথ ৰাজহচক্ৰৰ অন্তৰ্গত বিশ্বনাথৰ কেইবা হাজাৰ চৰকাৰী ভূমি বেদখল হৈ আছে। জিলা খনৰ বিশ্বনাথ, বিহালী বৰঝাৰণীকে ধৰি বিশ্বনাথ চাৰিআলি পেটুলিবাৰীৰ চৰকাৰী ভূমি একাংশ লোকে বেদখল […]
বিশ্বনাথ জিলা ভলীবল সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত দীপক শৰ্মা : বিশ্বনাথ জিলা ভলীবল সন্থাৰ সা:সম্পাদকৰ হিচাপে নিৰ্বাচিত হৈছে বেদেতী বিশিষ্ট খেলুৱৈ দীপক শৰ্মা ।শৰ্মাক […]
অনুষ্ঠিত বিশ্বনাথ জিলা MR/MISS Biswanath and Man/women Fitness championship অনুষ্ঠান সফল সামৰণি : বিশ্বনাথ জিলা body building association উদ্যোগত অনুষ্ঠিত হোৱা MR/MISS Biswanath and Man/women […]
The Union Culture Ministry along with Red Fort’s Monument Mitra, Dalmia Bharat Limited has conceptualized the event. “The inaugural Red Fort Festival – Red Fort […]
৩০ বছৰীয়া সাংবাদিকতা জীৱনৰ সম্পূৰ্ণ জ্যেষ্ঠ সাংবাদিক ভূৱন লুইটেলৰ : দল – সংগঠনৰ শুভেচ্ছা জ্ঞাপন, অসম খবৰ ডিজিটেল ২১ মাৰ্চ: আজি বিশেষ দিনটোৰ পৰাই বিহালী কমাপুখুৰী […]
অতি সোনকালেই কাজিৰঙালৈ আহিব অক্ষয় কুমাৰ!কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে টুইটযোগে কাজিৰঙা কৰ্তৃপক্ষই আমন্ত্ৰণ জনাইছিল অক্ষয় কুমাৰক।এই আমন্ত্ৰণৰ সহাঁৰি জনাইছে অক্ষয় কুমাৰে।অতি সোনকালেই কাজিৰঙালৈ আহিব […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds